📚 তিলোত্তমা মিশ্ৰৰ তিনিখন উপন্যাস
✍️ – তিলোত্তমা মিশ্ৰ
‘তিলোত্তমা মিশ্ৰৰ তিনিখন উপন্যাস’ত সন্নিৱিষ্ট হৈছে ‘স্বর্ণলতা’, ‘লৌহিত্য সিন্ধু’ আৰু ‘কা-মেইখাৰ ঘৰ’। এই তিনিখন উপন্যাসেৰে তিলোত্তমা মিশ্ৰই অসমীয়া সাহিত্যত ইতিহাসাশ্রয়ী কাহিনী কথনৰ এক মনোগ্রাহী দৃষ্টান্ত স্থাপন কৰিছে। অসমৰ একো একোটা ঐতিহাসিক সন্ধিক্ষণৰ সামাজিক-সাংস্কৃতিক অস্থিৰতা আৰু উত্তৰণৰ সাক্ষ্য বহন কৰা এই উপন্যাসত্রয়ী অসমীয়া সাহিত্যত অনন্য সংযোজন।
ISBN: 978-81-966189-0-2