📚 নলিনীধৰ ভট্টাচাৰ্যৰ নিৰ্বাচিত গদ্য
✍️ সম্পাদনা: খনীন্দ্ৰ কুমাৰ ডেকা
তিনিকুৰি নিৰ্বাচিত প্ৰবন্ধৰে সমৃদ্ধ ‘নলিনীধৰ ভট্টাচাৰ্যৰ নিৰ্বাচিত গদ্য’। কবি ভট্টাচাৰ্যৰ এই সংকলনে স্বাধীনতাৰ পাছৰ প্ৰায় পাঁচ দশকৰ অসমীয়া সাহিত্য-সংস্কৃতি আৰু সমাজখনৰো বিৱৰ্তনৰ ৰেহ-ৰূপ দাঙি ধৰিছে ।
ISBN: 978-81-924562-8-7